গছ বা তেনে ওখ ঠাইৰ পৰা পৰাৰ ফলত দুৰ্দশাগ্ৰস্তৰ জ্ঞান বা তত নোহোৱা হ’লে মছন্দৰীৰ পাত, নিমখ, জালুক আৰু পিপলি মিহলাই পাতত দি খালে শৰীৰত তত আহে বা জ্ঞান ঘূৰাই পায়। সৰিয়হৰ তেলৰ লগত পানী মিহলাই মূৰত সানিব। কদম গছৰ পাতৰ ৰস উলিয়াই খুৱাব। নহৰু, মৌ, লং ঘিউ আৰু চেনি মিহলাই এবাৰত ৫ গ্ৰামকৈ খুৱাব। লিখক: ডা: ৰফিক আলী।