১)আনাৰস বা মাটিকঠাল: ইয়াৰ ব্ৰমেলিন নামৰ উপাদান বিধে অনাকাঙ্খিত প্ৰসৱ বেদনা সৃষ্টি কৰিব পাৰে। ২)আঙুৰ: ইয়াত প্ৰয়োগ হোৱা কীটনাশকে মাতৃ শিশুৰ ক্ষতি কৰিব পাৰে, তাৰোপৰি আঙুৰত থকা ৰেচভেৰাট্ৰল নামৰ উপাদানবিধ ভয়ানক বিষক্ৰিয়া কৰিব পাৰে। ৩)কেঁচা অমিতা: গৰ্ভাশয় সংকোচন কৰিব পাৰে। তাৰোপৰি ভালকৈ নোলোৱা ফল বা ফলৰ ৰস খালে বেক্টেৰিয়া পেৰাছাইট আদিৰ দ্বাৰা আক্ৰান্ত হৈ মাক শিশুৰ বিপদ ঘটিব পাৰে বা শিশুৰ জন্মগত বিসংগতিয়ে দেখা দিব পাৰে। লেখক: ডাঃ হৰিকান্ত দাস ফোন-9954340102