শৰীৰৰ পৰা দুৰ্গন্ধ নাইকিয়া কৰাৰ কেইটামান উপায়

দিনটোৰ ভিতৰত যিমান পাৰে পৰিস্কাৰ পানী খাব|

পদিনাৰ ৰস বা পদিনাৰ চাটনি খাব|

নেমুৰ চৰবত খাব, গা ধোৱা পানীত নেমুৰ ৰস মিহলাই ধুব|

কমলাৰ ৰসে শৰীৰৰ পৰা ঘামৰ গোন্ধ নাইকিয়া কৰে|

ঘাম ওলাই থকা অংশত মুখত কোনো প্ৰসাধন নলগাব| এনে অৱস্থাত প্ৰসাধন লগালে ছালৰ ক্ষতি হয়| শৰীৰৰ পৰা ভাল গোন্ধ ওলোৱাতকৈ বেয়া গোন্ধহে বেছি ওলায়|

উৎস:- সম্ভাৰ