*দিনে তিনিসাঁজ গধুৰ আহাৰৰ সলনি কমকৈ ছয়বাৰ খাওক।

*আপুনি যি খাদ্য গ্ৰহণ কৰিছে, সিয়ে আপোনাৰ শৰীৰত বেছি কেল’ৰি গ্ৰহণ কৰিছে। সেয়ে প্ৰথমে আহাৰৰ পৰিমাণ কমাব লাগিব।

*পানী বেছিকৈ খাওক আৰু শাৰীৰিক সক্ৰিয় বঢ়াওক।

* ‘নিজে কমকৈ খাদ্য গ্ৰহণ কৰে’- এনে ধাৰণা মনৰ পৰা উলিয়াই দিয়ক। অপৰ্যাপ্ত আহাৰেহে ওজন বৃদ্ধি কৰে।

*তেলত ভজা খাদ্য মিঠাই, আইচক্ৰীম, বাৰগাৰ, পিজ্জা আদি পৰিত্যাগ কৰক।

*চেনি কমাই খাওক।

*বেছিকৈ শুই নাথাকিব।

*যেতিয়াই সময় পায়, তেতিয়াই শৰীৰৰ কেল’ৰি বাৰ্ণ কৰিবলৈ চেষ্টা কৰক।

*আপুনি এটা লক্ষ্য ৰাখি ওজন কমাবলৈ চেষ্টা কৰক।

উৎস: নিয়মীয়া বাৰ্তা